পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম, প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি…

পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম।

প্ৰতি লিটাৰত বৃদ্ধি পালে ৩ টকাকৈ।

আমুল গাখীৰৰ প্ৰতি লিটাৰত ৩ টকাকৈ বাঢ়িল দাম।

আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।