fbpx
অসম

পুনৰ ফাদিল হ’ল নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত…

ফাদিল হ’ল ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত।

এইবাৰ ফাদিল হ’ল ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত।

উল্লেখ্য যে, ১২ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি অনুষ্ঠিত হয় স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা।

পৰীক্ষাৰ দিনটোতেই সৰ্বত্ৰ ভাইৰেল হৈ পৰে প্ৰশ্নকাকত।

পৰীক্ষা কক্ষত মোবাইল ব্যৱহাৰ কৰাৰ অভিযোগ।

পৰীক্ষাৰ্থীৰ ওপৰি নিৰীক্ষকেও মোবাইল নিব নোৱাৰাৰ আছিল নিয়ম।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!