অসম
পুনৰ জনতাক মাধমাৰ! তৃতীয়দিনৰ বাবে একেৰাহে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

পুনৰ সাধাৰণ জনতাক মূৰত মাধমাৰ!
তৃতীয়দিনৰ বাবে একেৰাহে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য।
প্ৰতিলিটাৰ পেট্ৰ’লত বাঢ়িল ৮৯ পইচা। আনহাতে প্ৰতিলিটাৰ ডিজেলত বাঢ়িল ৮৪ পইচা।
গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.১৪ টকা আৰু ডিজেলৰ মূল্য ৮৪.২৫ টকা।
উল্লেখ্যে যে বিগত প্ৰায় ৩ টা মাহত ইন্ধনৰ মূল্য অপৰিবৰ্তিত থকাৰ পাছত ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি আৰম্ভ হৈছে।