fbpx
অসমঅসমীয়া

পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগােঁহাই, আদালতত হাজিৰ হােৱাৰ নিৰ্দেশনা

নিউজ ডেস্ক। পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোঁহাই।

ফেচবুক পোষ্টৰ বাবেই কাৰাৰুদ্ধ হ’বলগীয়া হােৱা ছাত্ৰীগৰাকীক গোলাঘাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হােৱাৰ নিৰ্দেশ।

অহা ২৮ ফেব্ৰুৱাৰীত সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰীয়ে।

আৰক্ষীয়ে বৰ্ষাশ্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে চাৰ্জশ্বিট।

বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ বিৰুদ্ধে আৰক্ষীয়ে লগােৱা UAPAৰ ১০ আৰু ১৩ নং ধাৰাক লৈ চলিব শুনানি।

এনে পৰিপ্ৰেক্ষিতত অহা ২৮ ফেব্ৰুৱাৰীত বৰ্ষাশ্ৰী আৰু তেঁওৰ পিতৃ গোলাঘাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হ’ব লাগিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!