পুনৰ কেন্দ্ৰীয় চৰকাৰে দেশত নিষিদ্ধ কৰিলে ৫৪টাকৈ চীনা এপ…

পুনৰ কেন্দ্ৰীয় চৰকাৰে দেশত নিষিদ্ধ কৰিলে ৫৪টাকৈ চীনা এপ।

দেশৰ নিৰাপত্ত আৰু গোপনীয়তাৰ প্ৰতি ভাবুকি অহাৰ সন্দেহ কৰি ভাৰতত নিষিদ্ধ কৰা হৈছে এপ কেইটা।

পূৰ্বৰ নিষিদ্ধ কৰা এপেই পুনৰ নাম সলাই দেশত মুকলি কৰিছিল। কিন্তু ধৰা পৰাৰ পাছতে পুনৰ নিষিদ্ধ ঘোষণা কৰে এপ কেইটা।

কেন্দ্ৰীয় চৰকাৰৰ Ministry of Electronics and Information Technologyয়ে সদৰি কৰা অনুসৰি ৫৪ টা এপ নিষিদ্ধ ঘোষণা কৰো হৈছে।

উল্লেখ্য যে, ২০২০ আৰু ২০২১ চনত দেশত মুঠ ২৭০ টা এপ নিষিদ্ধ কৰা হৈছিল।

তথাপি সূত্ৰ অনুসৰি জানিব পৰা মতে এই নিষিদ্ধ কৰাৰ তালিকাত আছে- Beauty Camera, Sweet Selfie HD, Beauty Camera – Selfie Camera, Equalizer & Bass Booster, CamCard for SalesForce Ent, Isoland 2: Ashes of Time Lite, Viva Video Editor, Tencent Xriver, Onmyoji Chess, Onmyoji Arena, AppLock, Dual Space Lite আদি…।

Leave a Comment