পুনৰ এনকাউণ্টাৰ! দিছপুৰ আৰক্ষীৰ গুলীত আহত এগৰাকী ইৰাণী গ্রুপৰ সদস্য…

মহানগৰীত দিছপুৰ আৰক্ষীৰ গুলীচালনা ইৰাণী গ্রুপৰ সদস্যলৈ।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ইৰাণী গ্রুপৰ সদস্যই।

GMC ৰ ধন লুট কৰি আৰক্ষীৰ জালত পৰিছিল অমৰ গোৱালা।

পৌৰ নিগমৰ ধন লুটৰ ঘটনাত জড়িত আছিল অমৰ গোৱালা

ঝাৰখাণ্ডৰ পৰা আহিছিল চাৰি জনীয়া এটা দল

দুখন বাইকত আহিছিল চাৰিজন যুৱক

পুতলা পিষ্টল দেখুৱাই লুট কৰিছিল ধন।

৩লাখ ৩৫হাজাৰ টকা লুট কৰিছিল দলটোৱে।

পলাতক তিনিজনক বিচাৰি আৰক্ষীক অভিযান অব্যহত।

Leave a Comment