পিষ্টল, সজীৱ গুলীসহ আৰক্ষীৰ জালত দুই যুৱক…

পিষ্টল, সজীৱ গুলীসহ আৰক্ষীৰ জালত দুই যুৱক।

তেজপুৰত পিষ্টলসহ গ্ৰেপ্তাৰ হৈছে দুগৰাকী যুৱক।

বাটমাৰিৰ এটা তেল ডিপোৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যুৱক দুজনক।

ধৃত যুৱক দুজন- ছাহজাহান আলী, আফতাবুল ইছলাম।

পিষ্টলসহ ৪ জাঁই সক্ৰিয় গুলী জব্দ কৰিছে আৰক্ষীয়ে।