পাছপোৰ্টৰ নামত ধন সংগ্ৰহ! ধুবুৰীত গ্ৰেপ্তাৰ দুই দালালসহ ৩ জনক…

নিউজ ডেস্কঃ পাছপোৰ্ট বনোৱাৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত দুই দালাল।

ধুবুৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই দালাল।

ধুবুৰীৰ ১নং ৱাৰ্ডৰ পাছপোৰ্ট বনোৱা কাৰ্যালয়ত চলিছিল অভিযান।

দুই দালালসহ পাছপোৰ্ট কাৰ্যালয়ৰ সহায়ক জয় প্ৰকাশকো গ্ৰেপ্তাৰ।

ধৃত দুই দালাল হৈছে- ধুবুৰীৰ নিউঘাটৰ ইমদাদুল ইছলাম আৰু আইৰনজংলাৰ ২য় খণ্ড গাঁৱৰ জাকিৰ হুছেইন।

আন্তঃৰাষ্ট্ৰীয় পাছপোৰ্ট বনাই দিয়াৰ নামত ধনৰ লেন-দেনৰ অভিযোগত তিনিওকে গ্ৰেপ্তাৰ।