fbpx
আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু…

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু।

ডুবাইৰ আমেৰিকান হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মুছাৰফে।

দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল মুছাৰফে।

২০০১ৰ পৰা ২০০৮লৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিল মুছাৰফ।

আনহাচে ১৯৯৯ৰ পৰা ২০০১লৈ পাকিস্তান আৰ্মীৰ মুৰব্বী আছিল মুছাৰফ।

Related Articles

Back to top button