পাকিস্তানক হৰুৱাই ইংলেণ্ডে দখল কৰিলে টি-২০ বিশ্বকাপ ২০২২ৰ খিতাপ…

ইংলেণ্ডৰ হাতলৈ গ’ল ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপৰ খিতাপ।

পাকিস্তানক পৰাস্ত কৰি চেম্পিয়ন হ’ল ব্ৰিটিছ বাহিনী।

image 89
পাকিস্তানক হৰুৱাই ইংলেণ্ডে দখল কৰিলে টি-২০ বিশ্বকাপ ২০২২ৰ খিতাপ... 2

প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৮ উইকেট হেৰুৱাই পাকিস্তানে ১৩৮ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডক।

প্ৰত্যুত্তৰত ১৯ অভাৰত ৫ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হ’ল ইংলেণ্ড।