ৰাষ্ট্ৰীয়

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড় হ’ব বিজেপি তথা NDA-ৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী…

এন ডি এয়ে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড় হ’ব বিজেপি তথা NDA-ৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

দিল্লীত অনুষ্ঠিত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত।

বিজেপিৰ সভাপতি জে পি নড্ডাই ৰাজহুৱা কৰিলে এই কথা।

image 162

উল্লেখ্য যে, ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে ভোটদান কৰিব।

উল্লেখ্য যে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ কাৰ্যকাল অহা ১০ আগষ্টত সমাপ্ত হ’ব।

Related Articles

Back to top button