পথ নহয় যেন পুখুৰী! যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা

পথ নহয় যেন পুখুৰী! যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা

July 9, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ আৰিফ আহমেদ। তামুলপুৰ মহকুমাৰ এটা পথে এতিয়া জ্বলা-ক’লা খুৱাইছে সৰ্বস্তৰৰ ৰাইজক।

TAMULPUR

TAMULPUR

Posted by NEWS8 Northeast on Wednesday, July 8, 2020

বিগত ১৭ বছৰে বিটিচি চৰকাৰ, কংগ্ৰেছ আৰু সাম্প্ৰতিক সময়ত কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ এখন থকাৰ পিছতো কোনেও দৃষ্টি দিয়া নাই পথটোৰ ওপৰত।

তামুলপুৰ কুমাৰীকাটাৰ-কাউলী-নাগ্ৰীজুলি সংযোগী পথটোৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

TAMULPUR

TAMULPUR

Posted by NEWS8 Northeast on Wednesday, July 8, 2020

দৈনিক অধিক বোজা কঢ়িয়াই বাহনৰ চলাচলৰ বাবেও খহি যাবলৈ ধৰিছে পথটো।

TAMULPUR

TAMULPUR

Posted by NEWS8 Northeast on Wednesday, July 8, 2020

পথটোৰ এনে দুৰৱস্থাই এতিয়া জিয়াতু ভোগাইছে সৰ্বস্তৰৰ ৰাইজক।

TAMULPUR

TAMULPUR

Posted by NEWS8 Northeast on Wednesday, July 8, 2020

ভূটান ৰাষ্ট্ৰৰ সৈতেও জড়িত এই পথটিৰে বহু লোকে ব্যৱসায় অব্যাহত ৰাখিছে যদিও এইদৰে নিতৌ পুখুৰী সদৃশ গাঁতৰ বাবে অসুবিধাত পৰিছে ব্যৱসায়ী তথা পথচাৰী সকল।