fbpx
অসম

ন-কইনা লৈ ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা! দৰাৰ ভগ্নীৰ কৰুণ মৃত্যু, আহত দৰা-কইনা…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত দৰা-কইনাৰ বাহন।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় দৰাৰ ভগ্নীয়ে, আহত হয় দৰা-কইনা।

ধুবুৰীৰ চাপৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে এখন ছুইফ্ট বাহনে।

নিহত দৰাৰ ভগ্নীগৰাকী হৈছে নাপিছা চুলতানা।

আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ন-বোৱাৰী মঞ্জুৱাৰা বেগমৰ লগতে মছপিক ভূঞা আৰু দৰা মাহমুদ আলী।

আহত তিনিওকে ততাতৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!