
নিউজ ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোতে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
এতিয়াৰে পৰা ঘৰতেই বহি কৰিব পাৰিব মাটিৰ নামজাৰি।
মাটিৰ নামজাৰি কৰিবলৈ যোৱাৰ প্ৰয়োজন নাই অফিছ-কাছাৰীলৈ।
অনলাইনত কৰিব পাৰিব আবেদন।
নথি-পত্ৰ জমা দিলেই হৈ যাব সকলো কাম।
আবেদন কৰাৰ ৭ দিনৰ পিছতে হৈ যাব নামজাৰিৰ কাম।