fbpx
অসম

নৈশ বাছত আৰক্ষীৰ তালাচী, আপেলৰ বাকচত লুকুৱাই অনা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ…

নৈশ বাছত আৰক্ষীৰ তালাচী, আপেলৰ বাকচত লুকুৱাই অনা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ।

বোকাজান মহকুমাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত ৩৯ নং ঘাইপথৰ নাকাপইণ্টত ডিমাপুৰৰ পৰা মন জিলা অভিমুখী নৈশ বাছত আৰক্ষীয়ে জব্দ কৰে দুটা পিষ্টল।

খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত এখন নৈশ বাছৰ পৰা উদ্ধাৰ হৈছে দুটাকৈ পিষ্টল।

image 5

ডিমাপুৰৰ পৰা মন জিলালৈ গৈ থকা এখন এনএল ০৭বি ০৩৮৫ নম্বৰৰ দ্বীপ নামৰ নৈশ বাছৰ পৰা খটখটি আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাৰণাস্ত্ৰ।

নৈশ বাছৰ পৰা উদ্ধাৰ কৰা মাৰণাস্ত্ৰ দুটা অতি গোপনে আপেলৰ বাকচত আপেলৰ মাজত লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।

পিষ্টলৰ লগতে দুটা ওৱাকিটকি উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে।

লগতে চাওকঃ

বিমান বন্দৰত পৰীক্ষা কৰা হ’ল জ্যষ্ঠ IPS বিষয়াৰ ছ্যুটকেছ, ভিতৰত থকা বস্তু দেখি হতভম্ব সকলো

G3 19

Related Articles

Leave a Reply

Back to top button