নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, ৰাজপথতে লুটি খাই পৰিল বলেৰ’ বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা বঙাইগাঁও জিলাৰ খগড়পুৰ পাহাৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে লুটি খাই পৰে এখন বলেৰ’ বাহন।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এএছ০১বিডি১৬৮৯।

অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।

দুৰ্ঘটনা সংঘটিত কৰি বলেৰ’ বাহনখনৰ চালকজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

Leave a Comment