অসম
নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ ঘটনা! দুজন ৰোগীৰ মাজত হোৱা কাজিয়াত প্ৰাণ হেৰুৱালে এজনে…

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ ঘটনা।
দুজন ৰোগীৰ মাজত হোৱা কাজিয়াৰ ভয়ংকৰ পৰিণতি।
আমিনুৰ হুছেইন নামৰ এজনে ছুৰিৰে হানি-খুঁচি হত্যা কৰে অৰিন্দম খাউণ্ড নামৰ যুৱকজনক।
হাতীগাঁৱৰ অজন্তা পথত মিৰাকল ৰিহাব চেণ্টাৰত এই হত্যাকাণ্ড।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমিনুৰ হুছেইনক।
CCTV কেমেৰাত বন্দী হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য।