নাট্যশিল্পী প্ৰশান্ত শৰ্মালৈ ২০২৩ বৰ্ষৰ আছুৰ ‘অমূল্য কাকতি বঁটা’

সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা’।

শিৱসাগৰৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক প্ৰশান্ত শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা’।

image 27
নাট্যশিল্পী প্ৰশান্ত শৰ্মালৈ ২০২৩ বৰ্ষৰ আছুৰ ‘অমূল্য কাকতি বঁটা’ 2

৯ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰদান কৰা হ’ব ‘অমূল্য কাকতি বঁটা’।