Tue. Nov 24th, 2020

ৰিপ’ৰ্টঃ নিউজ ডেক্স

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰি বলৱৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন ।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে অধিক তীব্ৰতৰ হৈছে ‘কা’ বিৰোধী ক্ষোভ ।

শনিবাৰে টিংখাঙৰ ৰাজগড়ত আটাছু ৰাজগড় আঞ্চলিক সমিতি, আছাৰ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে  ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ।

মৰাণ-নাহৰকটীয়া ৰাজ্যিক পথত সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে টিংখাঙৰ ৰাজপথ ।