নাগালেণ্ডত নিৰ্বাচনকেন্দ্ৰিক সংঘাত! NPFৰ সমৰ্থকৰ গুলীত আহত NPPৰ কৰ্মী…

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

নিৰ্বাচনৰ মাজতে নাগালেণ্ডত অঘটন।

দুই ৰাজনৈতিক দলৰ কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত।

নাগালেণ্ডত NPFৰ সমৰ্থকৰ গুলীত আহত NPPৰ কৰ্মী।

৪০নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’কত সংঘটিত হৈছে এই সংঘাত।