নয়নমণি শইকীয়াৰ কৃতিত্ব! ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ অৰ্জুন বঁটা…

নিউজ ডেস্কঃ আন এক কৃতিত্ব অসম কন্যা নয়নমণি শইকীয়াৰ।

বুধবাৰে গ্ৰহণ কৰিলে অৰ্জুন বঁটা, ২০২২।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বিশেষ সন্মান গ্ৰহণ নয়নমণি শইকীয়াৰ।

উল্লেখ্য যে, ২০২২ বৰ্ষক কমনৱেল্থ গেমছত ল’ন বলত স্বৰ্ণ পদক জয়েৰে দেশবাসীক গৌৰৱাম্বিত কৰিছিল নয়নমণি শইকীয়াই।

ইয়াৰ পূৰ্বে ২০১৮ চনত এছিয়ান চেম্পিয়নশ্বিপতো তেওঁ লাভ কৰিছিল ব্ৰঞ্জৰ পদক।