fbpx
অসমঅসমীয়া

নতুন দিল্লীত প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মােদীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ, ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ সন্দৰ্ভত আলােচনা

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সাক্ষাৎকাৰৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীক অসমত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে অৱগত কৰে।

ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰৰ তলিয়েদি নিৰ্মাণ হ’বলগীয়া কলিয়াবৰ-জামুগুৰিৰ সুৰংগৰ বিষয়েও বিশেষভাৱে চৰ্চা কৰে এই সাক্ষাৎকাৰত।

G4 4

সাক্ষাৎ কালত প্রধানমন্ত্রীক অহা ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া অসমৰ শৌর্য-বীর্যৰ প্রতীক বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ অনুষ্ঠানলৈও আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায় অসমৰ মুখ্যমন্ত্ৰীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!