অসম
ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ বিয়োগ…

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ বিয়োগ।
দীৰ্ঘদিন ধৰি পাকস্থলী ৰোগত আক্ৰান্ত হৈ আছিল ৰহমান।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ সাংবাদিক গৰাকীৰ বৃহস্পতিবাৰে ৩.১০ বজাত মৃত্যু হয়।
মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰ এৰি থৈ যায় ৰহমানে।
সাংবাদিকগৰাকীৰ অকাল মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে ধুবুৰীত।
অসমৰ এটা ব্যক্তিগত নিউজ চেনেলত কৰ্মৰত আছিল সাংবাদিকগৰাকী।