
নিউজ ডেস্কঃ বছৰৰ আৰম্ভণিতে পুনৰ গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল।
এইবাৰ ধনৰ বিনিয়মত অভিযুক্তক সকাহ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কনিষ্টবল।
দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ধেমাজি জিলাৰ বৰদলনি আৰক্ষী থানাৰ কনিষ্টবলজনক।
ধৃত কনিষ্টবলজনৰ নাম নিৰন ধৰ পাৱে।
টুইটযোগে এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।
First trap of 2023 – Today, a team of @DIR_VAC_ASSAM trapped red-handed and arrested Constable Niran Dhar Pawe of Bordoloni OP of Dhemaji district for giving relief to the complainant in a criminal case. Further lawful action follows. @DhemajiPolice @assampolice @CMOfficeAssam pic.twitter.com/KgkRdB1QZj
— GP Singh (@gpsinghips) January 6, 2023