দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ জামিন নাকচ

দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ জামিন নাকচ।

আজি অগ্ৰিম জামিন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

সোমবাৰে CIDক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।

আদালতত চৰকাৰৰ হৈ যুক্তি দৰ্শায় অধিবক্তা মাখন ফুকনে।

ইতিমধ্যে পলাতক হৈ আছে SP ৰাজমোহন ৰায়।

ৰায়ৰ বিৰুদ্ধে আৰতি তুৰি হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াৰ অভিযোগ।