দীপাৱলীৰ দুটা দিনত মহানগৰীত সুৰা বিক্ৰীৰ অভিলেখ, ৫ কোটিৰো অধিক মূল্যৰ সুৰা বিক্ৰী…

পোহৰৰ উৎসৱৰ মাজতে মাজতে মহানগৰীত অভিলেখ।

দীপাৱলীৰ দুটা দিনত মহানগৰীত সুৰা বিক্ৰীৰ অভিলেখ।

দুটা দিনত পাঁচ কোটিৰো অধিক মূল্যৰ সুৰা বিক্ৰী হ’ল গুৱাহাটীত।

৪ নবেম্বৰত বিক্ৰী হয় ২কোটি ৫৬লাখ ৭০ হাজাৰ টকাৰ সুৰা।

আনহাতে ৫ নবেম্বৰত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হয়।

Leave a Comment