ৰাষ্ট্ৰীয়
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰ…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰ।
৮ ঘণ্টা সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে উপ মুখ্যমন্ত্ৰী ছিছোদিয়াক।
সুৰা কেলেংকাৰি সন্দৰ্ভত CBI-এ জেৰা চলাইছিল ছিছোদিয়াক।
ছিছোদিয়াক গ্ৰেপ্তাৰৰ পূৰ্বে প্ৰতিবাদত বহিছিল AAP নেতা-কৰ্মী।
কেইবাগৰাকী নেতা-কৰ্মীকো আটক কৰিছিল আৰক্ষীয়ে