fbpx
অসম

দিল্লীত এয়াৰ হোষ্টেছ হিচাপে কৰ্মৰত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু…

নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যুক আঁকােৱালি ল’লে এগৰাকী অসমীয়াই।

নতুন দিল্লীত এয়াৰ হােষ্টেছ হিচাপে কৰ্মৰত গুৱাহাটীৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু।

জানিব পৰা মতে, নিজৰ ভাড়াঘৰতে পূজা বৰুৱা নামৰ এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

43

দিল্লীৰ মালবিয়া নগৰৰ বেগমপুৰ নামৰ অঞ্চলটোত ভাড়া ঘৰতে বাস কৰিছিল পূজাই।

এই ঘটনাক লৈ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত এয়াৰ কুলাৰৰ পৰা বিদ্যুৎপৃষ্ট হৈ যুৱতীগৰাকীৰ মৃত্যু হােৱাৰ সন্দেহ কৰিছে।

মৰণােত্তৰ পৰীক্ষাৰ বাবে যুৱতী গৰাকীৰ মৃতদেহ এইমছলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

লগতে চাওকঃ

মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্য! ডাম্পাৰৰ খুন্দাত বাইক আৰােহী বিজেপি নেতাৰ মৃত্যু

G4 5

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!