অসম

তিনিদিনীয়া ধৰ্মঘট ঘোষণা উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ…

তিনিদিনীয়া ধৰ্মঘট ঘোষণা উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ।

১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী ।

১৬ ডিচেম্বৰৰ পুৱা ৫ বজাত আৰম্ভ হ’ব কাৰ্যসূচী।

৭২ ঘণ্টাৰ বাবে বন্ধ থাকিব লোডিং, আনলোডিং, পৰিবহণ।

বন্ধ থাকিব পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ সৰবৰাহ।

নামনি আৰু মধ্য অসমত প্ৰেট্ৰ’লৰ নাতনি হোৱাৰ আশংকা।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button