অসম
তিনিদিনীয়া ধৰ্মঘট ঘোষণা উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ…

তিনিদিনীয়া ধৰ্মঘট ঘোষণা উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ।
১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী ।
১৬ ডিচেম্বৰৰ পুৱা ৫ বজাত আৰম্ভ হ’ব কাৰ্যসূচী।
৭২ ঘণ্টাৰ বাবে বন্ধ থাকিব লোডিং, আনলোডিং, পৰিবহণ।
বন্ধ থাকিব পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ সৰবৰাহ।
নামনি আৰু মধ্য অসমত প্ৰেট্ৰ’লৰ নাতনি হোৱাৰ আশংকা।