ৰাষ্ট্ৰীয়
ডি ৱাই চন্দ্ৰচূড় হ’ব দেশৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ, ৯ নৱেম্বৰত গ্ৰহণ কৰিব কাৰ্যভাৰ…

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি।
ডি ৱাই চন্দ্ৰচূড় হ’ব দেশৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে নিযুক্তি দিলে ডি ৱাই চন্দ্ৰচূড়ক।
৯ নৱেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব ন্যায়াধীশ চন্দ্ৰচূড়ে।
Extending my best wishes to Justice DY Chandrachud for the formal oath taking ceremony on 9th Nov. https://t.co/awrT3UMrFy pic.twitter.com/Nbd1OpEnnq
— Kiren Rijiju (@KirenRijiju) October 17, 2022
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰযোগে এই কথা সদৰী কৰিছে।