Skip to toolbar
Sun. Sep 20th, 2020

এইবাৰ নহয় শংকৰদেব সংঘৰ বাৰ্ষিক অধিবেশন।

বাতিল কৰা হ’ল ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া শংকৰ সংঘৰ অধিবেশন।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় শংকৰ সংঘৰ আগন্তুক অধিৱেশন।

২০২১ বৰ্ষৰ ৪, ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ কথা আছিল অধিৱেশনখন।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাধাৰণ সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।