ডিএছপিয়ে ক্ৰয় কৰিলে চুৰি বাহন, ধৰা পৰিল ৰহাৰ টােলগেটত…

ৰহা টোলগেটত জব্দ চুৰি চেলেৰিঅ’ বাহন।

হোজাইৰ লংকাৰ পৰা চুৰি কৰি মনিপুৰত বিক্ৰী কৰা বাহন জব্দ হৈছে ৰহা টোলগেটত।

হোজাইৰ লংকাৰ পৰা চুৰি কৰি মণিপুৰত বিক্ৰী কৰা বাহন খনৰ নম্বৰ AS 01 EG 8391

বাহনখনৰ প্ৰকৃত স্বত্বাধিকাৰী লংকাৰ দিপাংকৰ দত্ত।

1200
ডিএছপিয়ে ক্ৰয় কৰিলে চুৰি বাহন, ধৰা পৰিল ৰহাৰ টােলগেটত... 2

বাহনখনত আহিছিল মনিপুৰ আৰক্ষীৰ এজন উপ আৰক্ষী অধীক্ষক।

মনিপুৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পি লাংপুইন’য়ে অসমৰ আচাং চিৰ’ নামৰ এজন ব্যক্তিৰ পৰা ১৮ আগষ্ট তাৰিখে মণিপুৰ ইম্ফলৰ পৰা ২ লাখ ৮৫ হাজাৰ টকাত ক্ৰয় কৰিছিল উক্ত বাহনখন।

ইয়াৰ পিছিতে ৰহা আৰক্ষীয়ে জব্দ কৰে বাহনখন।

চুৰি বাহনখনৰ আগত TOURISM STUDY TOUR .MANIPUR বেনাৰ লিখা আন এখন বাহন আহিছিল।