fbpx
অসম

ডাঙৰ ঘটনা! এইখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক গুলীয়ালে দুৰ্বৃত্তই, গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন…

ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ গুলীচালনা দুৰ্বৃত্তৰ।

দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত স্বাস্থ্যমন্ত্ৰী নৱ দাস।

নিজা বাহনৰ পৰা নামি অহাৰ সময়তেই গুলীচালনা কৰে দুৰ্বৃত্তই

বুকুত গুলী লগাৰ বাবে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন মন্ত্ৰীগৰাকী।

অচিনাকী দুৰ্বৃত্তই কৰা গুলীচালনাৰ মূল কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

আনহাতে, এই ঘটনা পূৰ্ব পৰিকল্পিত বুলি অনুমান কৰিছে আৰক্ষীয়ে।

২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে বিজু জনতা দলৰ মূল নেতা গৰাকীক এনেদৰে হত্যাৰ অপচেষ্টাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Back to top button