fbpx
অসম

ডাঙৰ খবৰ! বছৰত তিনিটা বিনামূলীয়া চিলিণ্ডাৰ আগবঢ়াব এইখন বিজেপি শাসিত ৰাজ্য চৰকাৰে…

বছৰত তিনিটা বিনামূলীয়া চিলিণ্ডাৰ আগবঢ়াব এখন বিজেপি শাসিত ৰাজ্য চৰকাৰে।

শেহতীয়াকৈ হৈ যোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৪খন ৰাজ্য বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়।

তাৰেই মাজৰ গোৱাত বিজেপি চৰকাৰে এতিয়া আগবঢ়াইছে বিশেষ অফাৰ।

ডা০ প্ৰমোদ সাৱন্তে সোমবাৰে ৰাজ্যখনৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব লোৱাৰ পাছতে প্ৰথমখন কেবিনেট বৈঠকত অধ্যক্ষতা কৰে সাৱ্ন্তে।

কেবিনেট বৈঠকতে লোৱা হয় এই বিশেষ সিদ্ধান্ত।

আহিবলগীয়া বিত্ত বৰ্ষত ৰাজ্যত ৩ টাকৈ চিলিণ্ডাৰৰ বিনামূলীয়াকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

যি কথাত নতুন মন্ত্ৰী মণ্ডলেও সহমত আগবঢ়াই।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!