Sat. Jan 16th, 2021

ৰিপ’ৰ্টঃ নিউজ ডেক্স

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

অসমতো বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

মঙলবাৰে পুনৰ এজন লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ।

নতুনকৈ কৰ’ণাত আক্ৰান্ত লোকজন গোৱালপাৰা জিলাৰ ।

কণ্টেইনমেণ্ট জনত ৰখা হৈছে আক্ৰাম্ত লোকজনক ।

অসমত মুঠ কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি ।

টুইটযোগে এই কথা সদৰি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, অসমত বৰ্তমান সক্ৰিয় হৈ আছে ১০, আনহাতে সুস্থ হৈছে ৩২ জন আৰু মৃত্যু হৈছে এজন লোকৰ ।