১ ছেপ্তেম্বৰৰ পৰা ১০ শতাংশ বৃদ্ধি পাব ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীলৈ মৰগীয়া বানচ, প্ৰতিক্ৰিয়া

১ ছেপ্তেম্বৰৰ পৰা ১০ শতাংশ বৃদ্ধি পাব ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীলৈ মৰগীয়া বানচ।

টুইট কৰি এই কথা সদৰি কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণােজ পেগুৱে।

আনহাতে, অহা বছৰৰ ১ এপ্ৰিলৰ পৰা অতিৰিক্ত ৭ শতাংশ বৃদ্ধি পাব মৰগীয়া বানচ।

image 4
১ ছেপ্তেম্বৰৰ পৰা ১০ শতাংশ বৃদ্ধি পাব ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীলৈ মৰগীয়া বানচ, প্ৰতিক্ৰিয়া 2

ইপিনে, শিক্ষামন্ত্ৰীৰ এই ঘােষণাত তীব্ৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে।

চৰকাৰৰ ঘােষণাত বৈষম্যৰ অভিযােগ কৰি এই বিষয়টাে পুনৰ বিবেচনাৰ আহ্বান জনাইছে।

লগতে চলিত মাহতে বকেয়াসহ মৰগীয়া বানচ মুকলি কৰাৰ আহ্বান জনাইছে শিক্ষক সমাজে।