অসম
১ ছেপ্তেম্বৰৰ পৰা ১০ শতাংশ বৃদ্ধি পাব ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীলৈ মৰগীয়া বানচ, প্ৰতিক্ৰিয়া

১ ছেপ্তেম্বৰৰ পৰা ১০ শতাংশ বৃদ্ধি পাব ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীলৈ মৰগীয়া বানচ।
টুইট কৰি এই কথা সদৰি কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণােজ পেগুৱে।
আনহাতে, অহা বছৰৰ ১ এপ্ৰিলৰ পৰা অতিৰিক্ত ৭ শতাংশ বৃদ্ধি পাব মৰগীয়া বানচ।

ইপিনে, শিক্ষামন্ত্ৰীৰ এই ঘােষণাত তীব্ৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে।
Contractual teachers and other staff/officers of SSA will receive enhancement of 10% DA from 1 September, 2022 onwards and another enhancement of 7% DA from 1 April, 2023 onwards. 1/2 @himantabiswa @CMOfficeAssam @mygovassam pic.twitter.com/Cn59TE5HmM
— Ranoj Pegu (@ranojpeguassam) September 1, 2022
চৰকাৰৰ ঘােষণাত বৈষম্যৰ অভিযােগ কৰি এই বিষয়টাে পুনৰ বিবেচনাৰ আহ্বান জনাইছে।
লগতে চলিত মাহতে বকেয়াসহ মৰগীয়া বানচ মুকলি কৰাৰ আহ্বান জনাইছে শিক্ষক সমাজে।