অসম
টেম্প আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, কেইবাজনো আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
টেম্প আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
ধুবুৰী মদেৰগলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোৰ ফলত আহত হৈছে কেইবাজনো লোক।
ধুবুৰী গৌৰীপুৰ সংযোগী পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
আহতসকলক ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।