জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দেহৰক্ষী(PSO) টংকেশ্বৰ দে’ক ৰিজাৰ্ভ ক্লজ, কাৰণ জানিলে হতভম্ব হ’ব আপুনি…

জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দেহৰক্ষীৰ ৰিজাৰ্ভ ক্লজ।

দেহৰক্ষী (PSO) টংকেশ্বৰ দে’ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমক ড্ৰাগছ মুক্ত কৰিবলে কাম কৰি আছে, এনে সময়তে মুখ্যমন্ত্ৰী গৃহ সমষ্টিতে আৰক্ষী আৰু ড্ৰাগছ ব্যৱসায়ী অপৰাধীৰ মাজত থকা সম্পৰ্কৰ তথ্য পোহৰলৈ আহিছে।

OCৰ PSO শ্ৰী টংকেশ্বৰ দে’ ৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধীৰ লগত সু সম্পৰ্কৰ থকাৰ অভিযোগ।

এইজনে ধনৰ বিনিময়ত অপৰাধীক যোগান ধৰে আৰক্ষীৰ গোপন তথ্য।

সাধাৰণ জনতাৰ পৰা ধন লোৱাৰ অভিযোগ আছে টংকেশ্বৰ দে’ৰ বিৰুদ্ধে।

যোৱা ১ এপ্ৰিলত জালুকবাৰীৰ ছজন সচেতন ব্যক্তিয়ে লিখিতভাবে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক জনাইছে অভিযোগ।

Leave a Comment