নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে গ্ৰামোন্নয়নৰ পঞ্চায়ত সমন্বয়ক।
কৰায়ত্ব হোৱা সমন্বয়ক জনৰ নাম চাকিল আহমেদ।
চাকিল আহমেদ ৰূপহীহাটৰ জিউমাৰী পঞ্চায়তত কৰ্মৰত আছিল।
ইটাচালী টাউন আৰক্ষী চকীয়ে চাকিলক কৰায়ত্ব কৰি সোধপোচ কৰি আছে।
জালিয়াতিৰে চাকিল আহমেদে বেংকৰ পৰা ঋণ লোৱাৰ অভিযোগ।
প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ নামটো হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উঠিছে চাকিল আহমেদৰ বিৰুদ্ধে।