fbpx
অসম

জনপ্ৰিয় পৰিচালক ৰঞ্জিত বেজবৰুৱাৰ দেহাৱসান…

জনপ্ৰিয় পৰিচালক ৰঞ্জিত বেজবৰুৱাৰ দেহাৱসান।

গুৱাহাটী দূৰদৰ্শনত কৰ্মৰত আছিল ৰঞ্জিত বেজবৰুৱা।

‘সাহিত্যৰথী’ৰ কাহিনীৰে ‘মলক গুইন গুইন’ৰ পৰিচালক আছিল তেওঁ।

বিশিষ্ট পৰিচালক ব্ৰজেন বৰুৱাৰ জোঁৱাই আছিল বেজবৰুৱা।

অভিনেত্ৰী মনামী বেজবৰুৱাৰ স্বামী ৰঞ্জিত বেজবৰুৱা।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!