জনতাৰ মূৰত পুনৰ মাধমাৰ! মাহে ১০ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ…

জনতাৰ মূৰত আকৌ মাধমাৰ।

এইবাৰ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ।

মাহে বিদ্যুতৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি।

১ এপ্ৰিলৰ পৰা ৰাজ্যত কাৰ্যকৰী হোৱাকৈ অসম বিদ্যুৎ নিয়ামক আয়োগে নিৰ্ধাৰণ কৰিছে এই নতুন মাচুল।

ফিক্সড চাৰ্জৰ বাবদ ১২০ টকাকৈ পৰিশোধ কৰি আহিছিল জনতাই।

ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি কৰিছে ফিক্সড চাৰ্জ।