কিশোৰ দাসৰ সহায়ৰ বাবে আগবাঢ়ি আহিল জুবিন গাৰ্গ আৰু জয়ন্ত কাকতি…

কৰ্কট ৰোগৰ সৈতে যুঁজি হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে জনপ্ৰিয় অভিনেতা কিশোৰ দাস।

অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা সুদৰ্শন অভিনেতাগৰাকীৰ অসুস্থতাই ব্যথিত কৰিছে তেওঁৰ অলেখ অনুৰাগীক।

1 2 4
কিশোৰ দাসৰ সহায়ৰ বাবে আগবাঢ়ি আহিল জুবিন গাৰ্গ আৰু জয়ন্ত কাকতি... 4

বৰ্তমান মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাসক প্ৰথমে বহিঃৰাজ্যত চিকিৎসা কৰোৱা হৈছিল যদিও আৰ্থিক অভাৱৰ বাবে পুনৰ গুৱাহাটীলৈ উভতাই আনিবলগা হয়।

G1 29

সম্প্ৰতি কিশোৰ দাসৰ সহায়ৰ বাবে আগবাঢ়ি আহিল কণ্ঠশিল্পী জুবিন গাৰ্গ।

কিশোৰ দাসৰ চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱাৰ সম্পূৰ্ণ খৰচ বহন কৰিব জুবিৱ গাৰ্গ আৰু জয়ন্ত কাকতিয়ে।

উল্লেখ্য যে, বিভিন্ন সময়ত আৰ্তজনৰ কাষত ঠিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে জুবিন গাৰ্গে।

এইবাৰ পুনৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে জুবিনে।

কণ্ঠশিল্পী গৰাকীৰ এই পদক্ষেপত শলাগিছে একাংশই।

লগতে চাওকঃ

মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে বিশাল আৰু নেহাই!

G3 22
কিশোৰ দাসৰ সহায়ৰ বাবে আগবাঢ়ি আহিল জুবিন গাৰ্গ আৰু জয়ন্ত কাকতি... 5

Leave a Comment