ছয়গাঁৱত একেৰাহে তৃতীয়বাৰলৈ মুখথেকেচা ডাঃ কমলা কলিতাৰ! ৰেকিবুদ্দিনৰ আহমেদৰ জয়লাভ

May 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। একেৰাহে তৃতীয়বাৰলৈ কংগ্ৰেছ নেতা ৰেকিবুদ্দিন আহমেদৰ হাতত বিধানসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিলে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা এসময়ৰ প্ৰতাপী মন্ত্ৰী ডাঃ কমলা কলিতা।

বিগত ২੦১৬ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত এইবেলি অধিক ভােটৰ ব্যৱধানত পৰাজিত হ’ল ডাঃ কমলা কলিতা।

জানিব পৰা মতে, ৰেকিবুদ্দিন আহমেদ প্ৰায় ৩৪ হাজাৰ ভোটতত জয়ী হৈছে।

UB Photos

অৱশ্যে চূড়ান্ত ফলাফল এতিয়াও আমাৰ হাতত পৰা নাই।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এই ব্যৱধান আছিল ৭,৮২১।

অৱশ্যে, ৰিটাৰ্ণিং বিষয়াই এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুিদ্দিন আহমেদৰ জয়ৰ আনুষ্ঠানিক ঘােষণা কৰা নাই।