অসম

চাঞ্চল্যকৰ! ৩দিন ধৰি সন্ধানহীন অসম আৰক্ষীত কৰ্মৰত এগৰাকী জোৱান, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

৩দিন ধৰি সন্ধানহীন অসম আৰক্ষীত কৰ্মৰত এগৰাকী জোৱান।

বিগত ৩দিন ধৰি সন্ধানহীন অসম আৰক্ষীত কৰ্মৰত ৩নং কাকপথাৰৰ ভাস্কৰ বৰ্মন নামৰ জোৱানজন।

স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে ঘৰৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ পৰা সন্ধানহীন হৈ আছে আৰক্ষী জোৱানজন।

অসম আৰক্ষীৰ ১এপিবিএন’ত কৰ্মৰত আছিল ভাস্কৰ বৰ্মন।

যুৱকজন সন্ধানহীন হোৱাত বিপাঙত পৰিছে যুৱকজনৰ পৰিয়ালটো।

সন্ধানহীন আৰক্ষী জোৱানজনৰ কিবা সম্ভেদ পালে ৬৯০১৪-৬৯০৭৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে কাতৰ আহ্বান জনাইছে।

Related Articles

Back to top button