চাঞ্চল্যকৰ! পিষ্টল দেখুৱাই ব্যৱসায়ীৰ পৰা ডকাইতে লুটি নিলে ১০ লাখ টকা…

এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

পিষ্টল দেখুৱাই ব্যৱসায়ীৰ পৰা ডকাইতে লুটি নিলে ১০ লাখ টকা।

গোৱালপাৰা জিলাৰ দুধনৈৰ লেলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

দুধনৈৰ লেলাত হিয়া হাৰ্ডৱেৰ নামৰ দোকানখনত সংঘটিত হৈছে এই ডকাইটি কাণ্ড।

হিয়া হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী সঞ্জয় ৰায়ক পিষ্টল দেখুৱাই দোকানৰ পৰা ৫জনীয়া ডকাইটৰ দলটিয়ে লুটি নিলে ৮ ৰ পৰা ১০ লাখ টকা।

দুখন বাইকট আহিছিল পাঁচ জনীয়া ডকাইটৰ দলটি।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।