fbpx
অসম

চাঞ্চল্যকৰ ডকাইতি! পিষ্টল দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে ১১ লাখ টকা, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য…

নিউজ ডেস্ক। ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

পিষ্টল দেখুৱাই দুৰ্বৃত্তই ব্যৱসায়ীৰ পৰা লুটি নিলে ১১ লাখ টকা।

লখিমপুৰ চহৰৰ মাজ মজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

জগদম্বা হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী বিনোদ কুমাৰ হৰলালকাৰ পৰা ডকাইতে লুটি লৈ গ’ল ১১ লাখ টকা।

Lakhimpur

জানিব পৰা মতে, শনিবাৰে নিশা দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথত আৰবাছ মাৰ্কেটৰ সমীপত দুখন বাইকত অহা চাৰিজনীয়া ডকাইতৰ দলে এই ডকাইতি কাণ্ডটো সংঘটিত কৰে।

মুখত মাস্ক পৰিধান কৰি অহা দুৰ্বৃত্তৰ দলটোৱে পিষ্টল দেখুৱাই সংঘটিত কৰে এই ডকাইতি কাণ্ড।

ইপিনে এই ডকাইতি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভি কেমেৰাত।

লগতে চাওকঃ

ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ

G4 21

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!