fbpx
অসম

চাঞ্চল্যকৰ! চাকৰি জীৱনৰ অন্তিম দিনা গ্ৰেপ্তাৰ হ’ল বিদ্যালয়ৰ অধ্যক্ষ…

বকোৰ কালাতলীত চাঞ্চল্যকৰ ঘটনা!

চাকৰি জীৱনৰ অন্তিম দিনা বিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ।

কালাতলী কাঠমী আঃ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষক গ্ৰেপ্তাৰ।

বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষ ৰফিকুল আলমক।

এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ অধ্যক্ষগৰাকীক।

ছাত্ৰীগৰাকীক অধ্যক্ষই শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ।

ঘটনা সন্দৰ্ভত অধ্যক্ষসহ ৪ জনৰ বিৰুদ্ধে দাখিল হৈছিল এজাহাৰ।

Related Articles

Back to top button