চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ! গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষাৰ ২১১ পদত নিযুক্তিৰ বিজ্ঞাপন…

ৰাজ্যৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ।

গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষাৰ ২১১ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি।

www.slprbassam.inত অনলাইনযোগে কৰিব পাৰিব আবেদন।

২০২৩ বৰ্ষৰ ৫ ফেব্ৰুৱাৰী আবেদনৰ অন্তিম তাৰিখ।

প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা।