fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৭ মে’, শনিবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আজি আপুনি ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ প্ৰতি যথেষ্ট মনোযোগ দিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। বাৰ্তালাপৰ সময়ত স্বসংযত হওক। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাব পাৰে ।আজি আপুনি ধনৰ লেনদেন পৰা দূৰত্ব বজাই ৰাখক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ কথা মনোযোগেৰে শুনিব। বহুতো মানুহে আপোনাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিব পাৰে। সামাজিক কামত আপোনাৰ কাৰ্যকলাপ বৃদ্ধি হ’ব। পত্নীৰ পৰা এটা ভাল খবৰ লাভ কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব।

মিথুন ৰাশি- আজি অত্যাধিক ব্যয়ে আপোনাক চিন্তিত কৰিব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ’ব। আপুনি ঘৰত অনুশাসন বজাই ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে আজিৰ দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। বন্ধুবৰ্গৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। দীর্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। অত্যাধিক খং পৰিহাৰ কৰিব। ব্যবসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। আপুনি আজি এখন ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কন্যা ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন হ’ব। ব্যবসায়ত বন্ধুৰ সহায়ে আপোনাক আজি লাভাম্বিত কৰিব। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি কঠিন কামবোৰ সহজে সম্পূৰ্ণ কৰিব। সমাজত সন্মান বৃদ্ধি পাব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ ওপৰত যথেষ্ট চাপ থাকিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ লওক। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। এই ৰাশিৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰ আজি সমাধান হ’ব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। আজি আপুনি এখন ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। অত্যাধিক আত্মবিশ্বাসে আপোনাৰ কাম প্ৰভাৱিত কৰিব পাৰে। সকলোকে লগে লগে বিশ্বাস নকৰিব। আনক সমালোচনা কৰি আপোনাৰ সময় অপচয় নকৰিব। মাতৃৰ পৰামৰ্শই আজি আপোনাক লাভাম্বিত কৰিব পাৰে। সন্তানৰ ভৱিষ্যতক লৈ আপুনি আজি চিন্তিত থাকিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। আপুনি ইতিবাচক হওক। আপোনাৰ মন ধৰ্মীয় কাৰ্যকলাপত নিয়োজিত থাকিব। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। আজি আপুনি সামাজিক অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক, নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপোনাৰ কামৰ প্ৰতি মনোযোগ দিয়ক। ভুল কামত কাৰো সৈতে নাথাকিব। পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে।শিক্ষার্থীসকলৰ বাবে দিনটো শুভ।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপুনি এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। কিছুমান লোক আপোনাৰ প্ৰতি যথেষ্ট আকৰ্ষিত হ’ব পাৰে। অজ্ঞাত লোকৰ পৰা সাৱধান হওক। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হৈ উঠিব পাৰে। আজি আপুনি হঠাৎ ধন লাভ কৰিব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!