fbpx
ৰাশিফলঅসমীয়া

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১০ জুন, শুকুৰবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। আজি আপুনি ভৱিষ্যতক লৈ ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। আজি আপুনি কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব। আপোনাৰ বন্ধুবৰ্গৰ সৈতে আপোনাৰ আচৰণ ভাল ৰাখিব। বাৰ্তালাপৰ সময়ত সাৱধান হওক। পত্নীৰ সৈতে মতভেদ হ’ব হ’ব। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত বন্ধু বৰ্গ ৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব । পত্নীৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। পিতৃ মাতৃ ৰ সহায় সহযোগিতা লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে । শিক্ষাৰ্থী সকলে যত্ন কৰা উচিত।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। অজ্ঞাত লোকৰ পৰা সাৱধান হ’ব। বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যবসায়ত মনোযোগ দিয়ক। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পত্নীৰ স্বাস্থ্যৰ যতন লওক। আজি আপুনি ধনৰ লেনদেনৰ পৰা সাৱধান হওক। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। দীর্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব । দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। ব্যবসায়ত উন্নত। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। ভ্ৰমণৰ সুযোগ লাভ কৰিব।

বৃশ্চিক ৰাশি- আজিৰ দিনটো এক ইতিবাচক দিন হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। ব্যবসায়ত উন্নত। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালত দীৰ্ঘদিন ধৰি চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। আজি আপুনি ধনৰ লেনদেনৰ পৰা সাৱধান হওক। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। পত্নীৰ সমৰ্থন লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ’ব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!